Regarding Free Coaching Camp at College Campus on 14-03-2026
অহা কাইলৈ আবেলি 3 টা বজাৰ পৰা ফ্ৰী coaching course ৰ orientation program আৰম্ভ হব। তোমালোকে নিজৰ নিজৰ ডকুমেণ্টছ সমূহ ( আধাৰ কাৰ্ড, মাৰ্কশ্বিট, caste certificate আৰু 1 কপি পাছপোৰ্ট চাইজ ফটো) স্পট varification ৰ কাৰণে লগত লৈ আহিবা। তোমালোকক ২-৩০ বজাত উপস্থিত থাকিবলৈ জনোৱা হল।
All the best for the free coaching camp.
Forwarded Message from Placement Cell
Sarbodaya College
© Sarbodaya College, All rights reserved. Created and maintained by SARBODAYA COLLEGE Website Committee .
